सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সাধু, সন্ত আদিৰ বাবে সম্বোধন
उदाहरणे : আজি আমাৰ গাঁৱলে স্বামী মাধবানন্দ আহিছে
अर्थ : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে
उदाहरणे : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল
समानार्थी : অধিপতি, গৰাকী, মালিক
अर्थ : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে
उदाहरणे :
समानार्थी : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, বৰ, মতা
स्थापित करा