अर्थ : কাৰো অধীনত নাথাকি মুক্তভাৱে থকা অৱস্থা বা ভাব
उदाहरणे :
তেওঁ ্ স্বাধীনতাৰ কাৰণে যুঁজি আছে
समानार्थी : অপৰাধীনতা, আজাদী, স্বতন্ত্রতা, স্বাতন্ত্র্যস, স্বৰাজ
अर्थ : প্রতিবন্ধক বা বাধা নথকা
उदाहरणे :
মাত্রধিক স্বাধীনতাইও মানুহক বেয়া কৰে
समानार्थी : প্রতিবন্ধকহীনতা