अर्थ : স্বচ্ছ হোৱা অৱস্থা বা গুণ
उदाहरणे :
কাপোৰখনৰ স্বচ্ছতাৰ বাবে তাৰ পিছফালে থকা বস্তু দেখা পোৱা গৈছে
अर्थ : স্বচ্ছ হোৱা অৱস্থা
उदाहरणे :
এই ভৱনটোৰ বেৰবোৰত লগোৱা আইনাৰ স্বচ্ছতাৰ বাবে বাহিৰৰ মনোৰম দৃশ্য দেখা যায়
अर्थ : স্বচ্ছ হোৱাৰ অৱস্থা বা ভাব
उदाहरणे :
পৰিষ্কাৰ বাচন-বর্তনৰ ্ পৰা বেমাৰ-আজাৰ নিবিয়পে
समानार्थी : চাফা, নিকা, নি্র্মলত্া, পৰিষ্কাৰ, শুদ্ধতা