सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ অস্তিত্ব আছে
उदाहरणे : জনা-শুনা সমস্যাবোৰ দূৰ নকৰাকৈ একোৱেই হʼব নোৱাৰে
समानार्थी : জনা-শুনা, বাহাল, বিদ্যমান, বিৰাজমান
अर्थ : কোনো বিশেষ স্থান বা স্থিতিত ৰৈ থকা বা টিকি থকা
उदाहरणे : হিমালয় ভাৰতৰ উত্তৰ দিশত অৱস্থিত
समानार्थी : অধিষ্ঠিত, অৱস্থিত
स्थापित करा