सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন
उदाहरणे : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল
समानार्थी : খুটা, পিলাৰ, স্তম্ভ
अर्थ : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি
उदाहरणे : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে
समानार्थी : কীলক, শাল
अर्थ : যি চলা-ফুৰা কৰিব নোৱাৰে
उदाहरणे : গছবোৰ সজীৱ সত্ত্বেও অচল
समानार्थी : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থিতিশীল, স্থিৰ
स्थापित करा