अर्थ : যাক নিজৰ স্থানৰ পৰা আঁ্তৰাই পঠোৱা হৈছে
उदाहरणे :
স্থানচ্যুতৰ পুনর্বাস সমস্যাৰ সমাধান এতিয়ালৈকে হোৱা নাই
अर्थ : কোনো বস্তুক নিজৰ স্থানৰ পৰা আঁ্তৰাই দিয়া কার্য
उदाहरणे :
কৃত্রিম উপগ্রহক ৰকেটৰ জৰিয়তে স্থানচ্যুত কৰা হয়
अर्थ : নিজৰ স্থানৰ পৰা আঁতৰ্াই দিয়া
उदाहरणे :
তেওঁ ্ স্থানচ্যুত বস্তুবোৰ আকৌ নিজৰ নিজৰ ঠাইত ৰাখিছিল
समानार्थी : অপসাৰিত, অপসৃত, দূৰীকৃত, দূৰীভূত, স্থানান্তৰিত