पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील স্ত্রী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

স্ত্রী   বিশেষ্য

अर्थ : কাৰোবাৰ বিবাহিতা নাৰী:তেওঁৰ দৰে তেওঁৰ পত্নীগৰাকীও বিদূষী শ্যামৰ ঘৈণীয়েক কামত বৰ পাকৈত

उदाहरणे :

समानार्थी : অর্ধাংগিনী, গৃহলক্ষ্মী, গৃহিনী, ঘৈণী, জীৱন-লগৰী, জীৱন-সঙ্গিনী, তিৰী, তিৰোতা, দাৰা, পত্নী, পৰিবাৰ, বধু, ভার্যা, সধর্মিনী, সহধর্মিনী, ্ ধর্মপত্নী

अर्थ : মানৱ জাতিক ভাগ কৰা দুটা ভাগৰ যিটো ভাগে গর্ভধ্াৰণ কৰি সন্তান জন্ম দিব পাৰে:আজিকালি মহিলাই সকলো ক্ষেত্রতে পুৰুষৰ সমানে সমানে কাম কৰিছে

उदाहरणे :

समानार्थी : অবলা, তিৰী, তিৰোতা, নাৰী, মহিলা, মাইকী, মানৱী

अर्थ : যি মাইকী জাতিৰ হয়

उदाहरणे : ছাগলী, শিয়ালী, বান্দৰী আদিবোৰ মাইকী

समानार्थी : মাইকী

चौपाल