अर्थ : ডাঙৰ, উচ্চ আৰু বহুত ডাঙৰ অট্টালিকা
उदाहरणे :
ডাঙৰ চহৰতহে স্তম্ভ দেখিবলৈ পোৱা যায়
अर्थ : যিজন ব্যক্তিৰ কথা-বতৰা, তথ্য আদি কোনো সংস্থাৰ কার্য নি্র্ধাৰণৰ আধাৰ স্বৰূপ হয়
उदाहरणे :
মোৰ শিক্ষাগুৰু এই মহাবিদ্যালয়ৰ এক স্তম্ভ স্বৰূপ
अर्थ : বাতৰি কাকতৰ পৃষ্ঠা, গ্রন্থ আদিৰ লিখনিৰ ঠিয় বিভাগ যʼত ওপৰৰ পৰা তললৈ কোনো বিশেষ কথা, সংখ্যা আদি থাকে
उदाहरणे :
আপুনি কোনটো স্তম্ভ পঢ়ি আছে
अर्थ : কোনো ভৱনৰ লগত সংলগ্ন হৈ থকা বা অকলে থিয় হৈ থকা মানুহে নি্র্মাণ কৰা এক অৱয়ব, যাৰ উচ্চতা তাৰ ব্যাসতকৈ বেছি
उदाहरणे :
মিনাৰৰ ভিতৰত হায়দৰাবাদৰ চাৰমিনাৰ প্রসিদ্ধ
समानार्थी : মিনাৰ