पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील স্কুল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

স্কুল   বিশেষ্য

अर्थ : কোনো শৈক্ষিক সংস্থাৰ শিক্ষক, বিদ্যার্থী আদি

उदाहरणे : পোন্ধৰ আগষ্টত সম্পূর্ণ বিদ্যালয়ে খেল ধেমালিত অংশগ্রহণ কৰিলে

समानार्थी : বিদ্যালয়

अर्थ : সৃজনাত্মক কলাকাৰ বা ৰচক বা বিচাৰকৰ সমষ্টি, যাৰ শৈলী একে বা যি একে গুৰুৰে সম্পর্কিত

उदाहरणे : পতঞ্জলি পাণিনী স্কুলৰ এজন শ্রেষ্ঠ বৈয়াকৰণ আছিল

समानार्थी : পঢ়াশালী, বিদ্যালয়

अर्थ : যি সময়সীমাৰ ভিতৰত স্কুলৰ শিক্ষাদান আদি কার্য হয়

उदाहरणे : স্কুলৰ পিছত আমি চিধা ঘৰলৈ যাম মোৰ স্কুল চাৰি বজালৈকে হয়

समानार्थी : বিদ্যালয়

अर्थ : যি স্থানত প্রাথমিক, মাধ্যমিক বা উচ্চ মাধ্যমিক স্তৰত আনুষ্ঠানিক শিক্ষা প্রদান কৰা হয়

उदाहरणे : এই বিদ্যালয়খনত প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈকে শিক্ষা প্রদান কৰা হয়

समानार्थी : পাঠশালা, বিদ্যালয়

अर्थ : যি ঠাইত বিদ্যা প্রদান কৰা হয়

उदाहरणे : আমাৰ বিদ্যালয়ত এঘাৰটা কোঠা আছে

समानार्थी : পঢ়াশালি, পাঠশালা, বিদ্যাপীঠ, বিদ্যালয়

चौपाल