सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সুন্দৰ হোৱা অৱস্থা বা ভাব
उदाहरणे : কাশ্মীৰৰ সৌন্দর্য ্চালে চাই থাকিবৰ মন যায়
समानार्थी : কমনীয়তা, সুন্দৰতা, ৰমণীয়তা
अर्थ : শোভিত হোৱা অৱস্থা বা ভাব
उदाहरणे : সূর্যাস্তৰ সময়ত আকাশৰ সৌন্দর্য ্চাবলগীয়া হয়
समानार्थी : কান্তি, ্শোভা, ৰমণীয়তা
अर्थ : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
उदाहरणे : তেওঁৰ ্ কান্তি নিৰুপম
समानार्थी : কান্তি, ৰূপ
स्थापित करा