अर्थ : কোনো বস্তু সংকুচিত হৈ পৰিলে হোৱা এক ধৰণৰ গঢ়
उदाहरणे :
কাপোৰৰ কোচ ইস্ত্ৰী কৰি আঁতৰাব পাৰি
समानार्थी : কোচ
अर्थ : কোনো বস্তুৰ (বিশেষভাৱে কাপোৰ) অত্যধিক ওলট-পালট হোৱাৰ কাৰণে বেয়া হৈ যোৱা
उदाहरणे :
অত্যধিক ওলট-পালট হোৱাৰ কাৰণে এই কাপোৰখন সোত-মোচ খালে