सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
उदाहरणे : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
समानार्थी : কোব, বেগ
अर्थ : বৈ যোৱা কার্য ্বা ভাব
उदाहरणे : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
समानार्थी : ধাৰা, প্রবাহ, বেগ
अर्थ : বায়ুৰ প্রৱাহ
उदाहरणे : জিলমিলিয়া ৰʼদ আছিল আৰু ৰৈ ৰৈ বতাহৰ সোঁত বৈ আছিল
अर्थ : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ
उदाहरणे : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়
समानार्थी : ধাৰ, ধাৰা, প্রৱাহ
स्थापित करा