अर्थ : যুদ্ধৰ কাৰণে প্রশিক্ষিত আৰু অস্ত্র-শস্ত্রৰে সজ্জিত সৈনিক বা চিপাহীৰ গোট
उदाहरणे :
ভাৰতীয় সেনাবাহিনীয়ে শত্রুৰ শৃংখলা ছেদেলি-ভেদেলি কৰি দিলে
समानार्थी : ফৌজ, সেনা, সেনাদল, সেনানী, সেনাবাহিনী
अर्थ : সেনাৰ সমূহ
उदाहरणे :
আলেকজেণ্ডাৰৰ পিছত ্তেওঁৰ দক্ষ সেনাবাহিনী গৈ আছে
समानार्थी : সেনাদল, সেনাবাহিনী