पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সেউজীয়া शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সেউজীয়া   বিশেষ্য

अर्थ : ঘাঁহ-বন বা গছৰ পাতৰ দৰে যি ৰং

उदाहरणे : চিত্রকৰজনে ভাটোটোৰ গাত সেউজীয়া ৰং দিছে

समानार्थी : কলপতীয়া, কলপতীয়া ৰং, শ্যামল, শ্যামলিমা, সেউজীয়া বৰণ, সেউজীয়া ৰং, হৰিৎ বৰণ, হৰিৎ্বর্ণ

अर्थ : সেউজীয়া গছ-গছনিৰ সমূহ বা বিস্তাৰ

उदाहरणे : বর্ষা ঋতুত সেউজীয়া বৃদ্ধি পায়

समानार्थी : হৰিৎ্বর্ণ

সেউজীয়া   ক্ৰিয়া

अर्थ : গছ-গছনি সেউজ ৰঙৰ হোৱা ~

उदाहरणे : পানী পোৱাৰ লগে লগে ৰʼদত লেৰেলি যোৱা গছজোপা সেউজীয়া হৈ পৰিল

সেউজীয়া   বিশেষণ

अर्थ : যি শুকান বা মৰহি যোৱা নহয়

उदाहरणे : এই বাগিচাখনৰ সকলো গছেই সেউজীয়া

समानार्थी : সেউজপূর্ণ, সেউজবুলীয়া, সেউজী

अर्थ : যিটো সেউজীয়া বৰণৰ

उदाहरणे : গার্ডে সেউজীয়া পতাকা দেখুৱাৰ লগে লগে গাড়ীবোৰ চলিবলৈ ধৰিলে

समानार्थी : হৰিৎ

अर्थ : যি মৰহি যোৱা নাই বা যʼত জীৱনী শক্তি আছে

उदाहरणे : পানী সিচি দিয়াৰ কাৰণে গৰমতো উদ্ভিদবোৰ সেউজীয়া হৈ আছে

अर्थ : যʼত সেউজীয়া গছ-গছনিৰে ভৰি আছে

उदाहरणे : জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে মানুহে সেউজীয়া সেউজীয়া হাবিবোৰ কাটিবলৈ ধৰিছে

समानार्थी : সেউজীয়া সেউজীয়া

चौपाल