सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ভাল গোন্ধ
उदाहरणे : ফুলৰ সুগন্ধই বাগিচাখন আমোলমোলাই আছে
समानार्थी : নি্র্যাস, পৰিমল, সুগন্ধ, সুঘ্রাণ, সুবাস, সৌগন্ধ, সৌৰভ, সৌৰভ্য
अर्थ : গাখীৰৰ কাৰণে প্রসিদ্ধ এবিধ চাৰিঠেঙীয়া শিং থকা পোহনীয়া তৃণভোজী মাইকী প্রাণী
उदाहरणे : গাইজনীয়ে পোৱালিটোক গাখীৰ খুৱাই আছে
समानार्थी : গাই, গাইগৰু, গাভী, ধেনু
स्थापित करा