पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সুৰক্ষিত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সুৰক্ষিত   বিশেষণ

अर्थ : যাক ৰক্ষা কৰা হৈছে

उदाहरणे : সেনাৰ দ্বাৰা দেশৰ সীমা ভালদৰে সুৰক্ষিত হৈ আছে

समानार्थी : ৰক্ষিত

अर्थ : যাক ভালদৰে ৰক্ষা কৰা হৈছে

उदाहरणे : আপোনাৰ লʼৰাটো মোৰ ওচৰত সুৰক্ষিত হৈ আছে

अर्थ : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি

उदाहरणे : আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো

समानार्थी : নিৰাপদ

चौपाल