पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সুযোগ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সুযোগ   বিশেষ্য

अर्थ : কোনো বিশিষ্ট সময়

उदाहरणे : ইয়াত প্রতিবছৰে বিজয়াদশমী উপলক্ষ্যে ৰাম লীলাৰ আয়োজন কৰে

समानार्थी : উপলক্ষ্য

अर्थ : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি

उदाहरणे : পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে

समानार्थी : অনুজ্ঞা দান, মঞ্জুৰি, সন্মতি

अर्थ : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি

उदाहरणे : এই কামটো কৰিবৰ সময় হʼল

समानार्थी : ক্ষণ, দাও, বেলা, সময়, সুচল

अर्थ : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে

उदाहरणे :

समानार्थी : উপায়, চল, দাও, বাট, সুচল, সুবিধা, সুযোগ-সুবিধা

चौपाल