सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি ঠাইত সীমা শেষ হৈছে
उदाहरणे : এই জুৰিটোৱেই মোৰ গাঁৱৰ শেষ সীমা
समानार्थी : চৰমসীমা, পৰিসীমা, শেষ সীমা, শেষসীমা
अर्थ : কোনো প্রদেশ বা বস্তুৰ চাৰিওফালে বিস্তাৰিত হৈ থকা ঠাইৰ অন্তিম সীমা বা স্থান
उदाहरणे : ভাৰতবর্ষৰ সীমাত সেনা-জোৱান অতন্দ্র প্রহৰীৰ দৰে থিয় হৈ আছে
समानार्थी : বʼর্ডাৰ, সীমা
स्थापित करा