सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সীমা ৰক্ষা কৰা চিপাহী
उदाहरणे : সীমাৰক্ষকে নিজৰ জীৱনৰ চিন্তা নকৰাকৈয়ে সীমান্তত পহৰা দি থাকে
समानार्थी : সীমাবল, সীমাৰক্ষক
अर्थ : যি সীমা ৰক্ষা কৰে
उदाहरणे : সীমা ৰক্ষক জোৱান দেশৰ প্রকৃত সন্তান
समानार्थी : সীমাপাল, সীমাবল
स्थापित करा