पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সিন্ধী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সিন্ধী   বিশেষ্য

अर्थ : সিন্ধু প্রদেশৰ অধিবাসী

उदाहरणे : এই নগৰখনৰ অর্থব্যৱস্থাত সিন্ধীসকলৰ বহুত ডাঙৰ অৱদান আছে

अर्थ : যি লিপিত সিন্ধী ভাষা লিখা হয়

उदाहरणे : শ্রদ্ধাই সিন্ধী পঢ়িব পাৰে

समानार्थी : সিন্ধী লিপি

अर्थ : সিন্ধুৰ ভাষা

उदाहरणे : ৰাজ্য চৰকাৰ সিন্ধী আৰু ্উর্দুৰ বিকাশৰ কাৰণে সচেতন

समानार्थी : সিন্ধী ভাষা, সিন্ধী-ভাষা

সিন্ধী   বিশেষণ

अर्थ : সিন্ধু প্রদেশত বসতি কৰোতা

उदाहरणे : উল্হাস নগৰত থকা সিন্ধী লোকৰ ইউ এছ এ নামৰ এটা সংগঠন আছে

समानार्थी : সিন্ধী বাসী, সিন্ধীবাসী

अर्थ : সিন্ধী ভাষাৰ সৈতে সম্বন্ধিত বা সিন্ধী ভাষাৰ

उदाहरणे : তেওঁ নিজৰ সিন্ধী গ্রন্থৰ ইংৰাজীলৈ অনুবাদ কৰি আছে

चौपाल