अर्थ : যি নিয়ম আদিৰ অনুসৰি সঠিক হয়
उदाहरणे :
এইটো ব্যাকৰণ সিদ্ধ শ্্ব্দ নহয়
अर्थ : যিটো পানীত উতলাই সিজোৱা হৈছে
उदाहरणे :
ৰাতিপুৱাৰ আহাৰত তেওঁ সিজোৱা কণী খায়
समानार्थी : সিজোৱা
अर्थ : তর্ক ্বা প্রমাণেৰে সঠিক বুলি মানি লোৱা
उदाहरणे :
ৰামে নিজে নিজকে নির্দোষ বুলি প্রমাণিত কৰিবৰ কাৰণে বহুত কষ্ট কৰিলে
समानार्थी : প্রমাণিত