सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ডিঙিত কেশৰ থকা মেকুৰী প্রজাতিৰ আটাইতকৈ বেছি বলবান হিংস্র বনৰীয়া জন্তু
उदाहरणे : কবিয়ে এই কবিতাটোত শিৱাজীক সিংহৰ লগত তুলনা কৰিছে
समानार्थी : কেশৰী, পশুৰাজ, মৃগপতি, মৃগেন্দ্র, মৃগৰাজ
अर्थ : জ্যোতিষ শাস্ত্র অনুসৰি দ্বাদশ ৰাশিৰ মাজৰ পঞ্চম ৰাশি
उदाहरणे : এই সময়ত সূর্য্য সিংহত আছে
समानार्थी : সিংহ ৰাশি, সিংহৰাশি
अर्थ : সিংহ জাতিৰ মতা
उदाहरणे : সিংহৰ ডিঙিত দীঘল দীঘল কেশৰ থাকে
समानार्थी : কেশৰী, পশুৰাজ, মতা সিংহ, মৃগপতি, মৃগেন্দ্র, মৃগৰাজ
स्थापित करा