अर्थ : ছটিয়াই দিয়া অৱস্থা বা ভাব
उदाहरणे :
খেতি পথাৰত বীজ সিঁচা ভালদৰে কৰিব লাগে
अर्थ : কোনো তৰল পদার্থ ছটিওৱা কার্য
उदाहरणे :
ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
समानार्थी : ছটিওৱা
अर्थ : চাৰিওফালে প্রসাৰিত কৰা
उदाहरणे :
খেতিয়কজনে পথাৰত বীজ সিঁচি আছে
समानार्थी : সিঁচি দিয়া, সিঁচৰতি কৰা
अर्थ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
उदाहरणे :
খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
समानार्थी : গুটি ছটিওৱা, গুটি সিঁচা, ছটিওৱা