सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
उदाहरणे : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
समानार्थी : অমায়িকতা, ঋজুতা, সহজতা, সৰলতা
अर्थ : কমি যোৱা অৱস্থা বা ভাব
उदाहरणे : সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো
समानार्थी : অকুলন, অপর্যাপ্ততা, অপর্যাপ্তি, অপ্রতুলতা, অপ্রাচুর্য্য, অভাৱ, অল্পতা, অল্পত্ব, কম, চুটা, টুটনি, নাটনি, ন্যূনতা, স্বপ্লতা, স্বপ্লত্ব
स्थापित करा