सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি বস্তু কোনো কামত ব্যৱহাৰ কৰা হয়
उदाहरणे : ইটা, চিমেণ্ট আদি সামগ্রী ঘৰ সজা কামত লাগে
समानार्थी : পদার্থ, বস্তু, মাল, মাল-বস্তু
अर्थ : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
उदाहरणे : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
समानार्थी : উপকৰণ, সাধন
अर्थ : বাস্তৱিক বা কল্পিত সত্তা
उदाहरणे : বতাহ এক বিমূর্ত্ত বস্তু
समानार्थी : বস্তু
स्थापित करा