अर्थ : কাৰোবাক দুই বাহুৰে মেৰাই ধৰা কার্য
उदाहरणे :
জীয়েকে প্রণাম কৰোতেই দেউতাকে তাইক আঁকোৱালি লʼলে
समानार्थी : আঁকোৱালি লোৱা, আলিংগন কৰা, আলিঙ্গন কৰা, গবামাৰি ধৰা
अर्थ : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
उदाहरणे :
শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
समानार्थी : আঠা লগা, লগ লগা, লাগি ধৰা, লিপিট খোৱা