पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সাধন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সাধন   বিশেষ্য

अर्थ : কার্য আৰম্ভ কৰি সিদ্ধ বা সম্পূর্ণ ্কৰা কার্য

उदाहरणे : তেওঁ ্যোগৰ দ্বাৰা স্বাস্থ্য সাধনত নিপুনতা লাভ কৰিলে

अर्थ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়

उदाहरणे : কুঠাৰ এবিধ সাধাৰণ সঁজুলি

समानार्थी : উপকৰণ, যতন, সঁজুলি, হাতিয়াৰ, হাথিয়াৰ

अर्थ : যাৰ দ্বাৰা বা যাৰ সহায়ত কোনো কাম আদি সিদ্ধি হয়

उदाहरणे : বাহন ভ্রমণৰ এক মাধ্যম

समानार्थी : মাধ্যম

अर्थ : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু

उदाहरणे : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে

समानार्थी : উপকৰণ, সামগ্রী

चौपाल