सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পৃথিৱীৰ স্থলভাগ আৱৰি থকা বিশাল জলৰাশি:সাগৰৰ পানী লুণীয়া ব্রহ্মপুত্র নদী বঙ্গোপসাগৰত মিলিত হৈছে
उदाहरणे :
समानार्थी : অম্বুধি, অম্বুনিধি, অম্ভোধি, উদধি, জলধি, জলধৰ, জলনিধি, জলাধিপ, তোয়ধি, পয়োধি, পয়োনিধি, বাৰিধি, বাৰীন্দ্র, সমুদ্র, সিন্ধু, ্ ৰত্নগর্ভা
अर्थ : যাৰ মাত্রা, আয়তন আদি পাৰাপাৰহীন
उदाहरणे : তেওঁ প্রেমৰ ্সাগৰ
समानार्थी : সমুদ্র
अर्थ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
उदाहरणे : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
समानार्थी : ভঁ্ৰাল, ভাণ্ডাৰ
स्थापित करा