अर्थ : যি লিখা-পঢ়া জানে বা যিয়ে শিক্ষাগ্রহণ কৰিছে
उदाहरणे :
শিক্ষিতসকলে শিক্ষাৰ প্রচাৰ-প্রসাৰ কৰা উচিত
समानार्थी : পঢ়া-লিখা জনা-, লিখা-পঢ়া জনা-, শিক্ষিত, সুশিক্ষিত
अर्थ : লিখা-পঢ়া জনা বা শিক্ষা গ্রহণ কৰা ব্যক্তি
उदाहरणे :
শিক্ষিতজনেহে দেশৰ নেতৃত্ব দিয়া উচিত
समानार्थी : পঢ়া-লিখা ব্যক্তি, শিক্ষিত