सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বহুত ওচৰৰ বা বহুত কাষৰ
उदाहरणे : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
समानार्थी : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, আপোন, গাঢ়, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা
अर्थ : যাৰ দয়া আছে
उदाहरणे : দয়ালু লোকে সদায় আনক সহায় কৰে ভগবান সকলোৰে প্রতি দয়াশীল
समानार्थी : কাৰুণিক, কৃপাময়, কৃপালু, কৃপাশীল, কৰুণাময়, দয়াময়, দয়ালু, দয়াশীল, মৰমিয়াল, সদয় চিত্ত
अर्थ : বিশেষভাৱে যাৰ মনত কোমল ভাবৰ সহজে প্রভাৱ পৰে
उदाहरणे : মই কোৱা ৰামৰ কাহিনী শুনি ্তেওঁ ্ভাবুক হৈ পৰিল
समानार्थी : অনুভূতি প্রৱণ, ভাব প্রৱণ, ভাবুক, ভাৱক, সহৃদয়ী
स्थापित करा