सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
उदाहरणे : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
समानार्थी : অমায়িকতা, ঋজুতা, সামান্যতা, সৰলতা
अर्थ : স্বাভাৱিক হোৱা অৱস্থা
उदाहरणे : মীৰাৰ বিৰহ গীতত সমকালীন কবিসকলৰ তুলনাত স্বাভাৱিকতা অধিক বিচাৰি পোৱা যায়
समानार्थी : অকৃত্রিমতা, স্বাভাৱিকতা
अर्थ : সহজ হোৱা অৱস্থা বা ভাব
उदाहरणे : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে
समानार्थी : ঋজুতা, সহজ, সৰলতা
स्थापित करा