अर्थ : যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়
उदाहरणे :
নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো
समानार्थी : পাতল
अर्थ : মনত জটিলতা নথকা আৰু পোনপটীয়া স্বভাৱৰ:আজিকালি সৰল মানুহক বুর্বক বুলিহে কয়
उदाहरणे :
समानार्थी : অমায়িক, উদাৰ-চিতীয়া, খোলামনৰ, চিধা, চিধা-চাধা, নির্জু, পেটেমুখে একে, সহজ-সৰল, সৰল, সৰল-চিতীয়া, সৰলপ্রকৃতি, সৰলমতি, সৰলমনা, সৰলস্বভাৱ, সৰলহৃদয়, হলহলীয়া, হোজা, ্ ঠাণ্ডা-মুণ্ডা