सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি সকলোতকৈ ওপৰত থাকে
उदाहरणे : আমাৰ কাৰণে মানৱতাই সর্বোচ্চ ধর্ম
अर्थ : সকলোতকৈ ওখ
उदाहरणे : এভাৰেষ্ট বিশ্বৰ সর্বোচ্চ শিখৰ
अर्थ : সকলোতকৈ অধিক বা অধিকৰ ভিতৰত যিমান অধিক হʼব পাৰে
उदाहरणे : আজিৰ সর্বোচ্চ তাপমাত্রা চল্লিশ ডিগ্রী ছেলছিয়াচ
समानार्थी : অধিকতম, সর্বাধিক
स्थापित करा