पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সম্বন্ধ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সম্বন্ধ   বিশেষ্য

अर्थ : বিবাহ বা তাৰ নিশ্চয়

उदाहरणे : মংগলাৰ বাবে বিলাসপুৰত সম্বন্ধ ঠিক হʼল

अर्थ : দুটা বস্তুৰ মাজত কোনো ধৰণৰ সম্পর্কৰ বিষয়ে বর্ণ্্না কৰা তত্ত্ববিশেষ

उदाहरणे : একেলগে থাকোতে থাকোতে জন্তুৰ লগতো সম্বন্ধ হৈ যায়

समानार्थी : সম্পর্ক

अर्थ : সম্বন্ধীয় হোৱা এক অৱস্থা

उदाहरणे : সম্বন্ধ দুয়োফালৰ পৰা বর্তাই ৰাখিলেহে জীয়াই থাকে

अर्थ : মানুহৰ সেই পাৰস্পৰিক সম্বন্ধ যিটো এটা বংশত জন্ম লোৱা অথবা বিবাহ আদি কৰাৰ পৰা হয়

उदाहरणे : মাধুৰিমাৰ সৈতে আপোনাৰ সম্পর্ক কি ?

समानार्थी : সম্পর্ক

अर्थ : একেলগে মিলি থকা, জোৰা লগা বা বান্ধ খোৱা কার্য

उदाहरणे : বানপানীৰ কাৰণে গাঁৱৰ সম্বন্ধ অন্য ঠাইৰ সৈতে বিচ্ছিন্ন হৈ পৰিল প্রেম-ভাৱেৰে পাৰস্পৰিক ্সম্পর্কত ঘনিষ্ঠতা আনিব পাৰি

समानार्थी : সম্পর্ক

अर्थ : কোনো ধৰণৰ লগা-ভগা বা সম্পর্ক

उदाहरणे : এই কামটোৰ সৈতে ৰামৰ কোনো সম্পর্ক নাই

समानार्थी : মতলব, সম্পর্ক

चौपाल