पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সম্পূর্ণ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সম্পূর্ণ   বিশেষ্য

अर्थ : সমাপ্ত হোৱাৰ ভাব বা কার্য

उदाहरणे : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

समानार्थी : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সাং

সম্পূর্ণ   ক্ৰিয়া বিশেষণ

अर्थ : সম্পূর্ণ ৰূপত

उदाहरणे : এই কথাটো সম্পূর্ণ মিছা তেওঁ ্ৰাস্তাটোৰ একদম সোঁমাজত থিয় হৈ আছিল

समानार्थी : একদম, একেবাৰে

সম্পূর্ণ   বিশেষণ

अर्थ : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা

उदाहरणे : লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ

समानार्थी : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, ভৰপূৰ

अर्थ : কোনো অৱশিষ্ট নথকা

उदाहरणे : মই কৰা কামটো এতিয়া শেষ হʼল

समानार्थी : খতম, নিষ্পন্ন, নিষ্পাদিত, পূর্ণ, পৰিসমাপ্ত, শেষ, সমাপন্ন, সমাপিত, সমাপ্ত, সম্পন্ন, সম্পাদিত, ্পূৰ

अर्थ : আৰম্ভণিৰ পৰা শেষলৈকে

उदाहरणे : তেওঁ এই ্ঘটনাটোৰ সম্পূর্ণ বর্ণ্্না পুলিচৰ আগত দাঙি ধৰিলে

समानार्थी : আদ্যোপান্ত

अर्थ : কোনো অংশ বা খণ্ডৰ গোটেইখিনি

उदाहरणे : বেঙেনাৰ আঞ্জা বনাবৰ কাৰণে সেইখিনি প্রথমে সম্পূর্ণকৈ ভাজিব লাগে

समानार्थी : পূৰা

अर्थ : যিমান আছে সকলোখিনি

उदाहरणे : এই গাঁওখনৰ মুঠ বাসিন্দা কিমান ?

समानार्थी : মুঠ, সকলো, সমগ্র, সমস্ত, সমুদায়, সর্বমুঠ

अर्थ : যʼত একো কম হৈ থকা নাই

उदाहरणे : তেওঁ নিজৰ বন্ধুক সৈমান কৰিবলৈ সম্পূর্ণ ্চেষ্টা কৰিলে

चौपाल