सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
उदाहरणे : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
समानार्थी : জাক, পাল, সমূহ
अर्थ : সামান্য ধর্ম ্অথবা স্বৰূপ নি্র্ণয়ৰ বাবে কৰা পদার্থ আদিৰ সমূহ
उदाहरणे : অর্থৰ ্আধাৰত এই শ্্ব্দবোৰক তিনিটা শ্রেণীত ভগাব পাৰি
समानार्थी : শ্রেণী, ্বর্গ
अर्थ : যিমান আছে সকলোখিনি
उदाहरणे : এই গাঁওখনৰ মুঠ বাসিন্দা কিমান ?
समानार्थी : মুঠ, সকলো, সমগ্র, সমস্ত, সম্পূর্ণ, সর্বমুঠ
स्थापित करा