सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
उदाहरणे :
समानार्थी : অনুৰূপ, অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমান, সমৰূপী, সাইলাখ, হুবহু
अर्थ : সকলো কথা আৰু কামতে কাৰোবাৰ সৈতে সমান হোৱা
उदाहरणे : সেই ব্যক্তিজন মোৰ সমকক্ষ
समानार्थी : সমকক্ষ
स्थापित करा