सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যুদ্ধ বা খেল আদিত শত্রু বা বিপক্ষক হৰুৱাই লাভ কৰা সফলতা
उदाहरणे : আজিৰ খেলত ভাৰতৰ জয় হʼল
समानार्थी : জিকন, জিত, জিতন, জয়, বিজয়
अर्थ : সফল হোৱা অৱস্থা বা ভাব
उदाहरणे : গণেশে যি কামতে হাত দিয়ে, তাতেই সফলতা লাভ কৰে
स्थापित करा