सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি জিকিব পাৰে বা জিকাৰ যোগ্য
उदाहरणे : দুষ্টও প্রেমৰ দ্বাৰা জয়ী হয়
समानार्थी : জিকাৰু, জিনোতা, জিষ্ণু, জেতা, জয়যুক্ত, জয়শীল, জয়ী, বশকাৰী, বিজেতা, বিজয়ী
अर्थ : যি লাভ, যশ আদিৰ দৃষ্টিত ঠিক আছে বা যি সঠিক ব্যৱহাৰ হৈছে
उदाहरणे : আপোনাৰ দর্শনে মোৰ জীৱন সার্থক কৰিলে
समानार्थी : সফল মনোৰথ, সফলক্াম, সার্থক, সিদ্ধকাম
अर्थ : যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
उदाहरणे : মোহন এই কামত সফল হʼল
समानार्थी : কৃতকার্য, কৃতকার্য্য, কৃতকৃত্য, সফল মনোৰথ, সফলকাম, সার্থক, সিদ্ধকাম, সিদ্ধমনোৰথ
स्थापित करा