सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজনে সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
उदाहरणे : ৰামুৱে শ্রদ্ধা সহকাৰে সন্যাসীসকলৰ সেৱা আগবঢ়ায়
अर्थ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
उदाहरणे : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
समानार्थी : বিমুখ, বিৰক্ত, বিৰাগ, বৈৰাগী
अर्थ : সন্যাস আশ্রমত প্রৱেশ কৰাজন
उदाहरणे : তেওঁ কুম্ভ মেলাত বহুতো সন্যাসীক লগ পালে
स्थापित करा