सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দিন আৰু ৰাতিৰ সন্ধিক্ষণ, যি সময়ত গৰু-গাই চৰি ঘূৰি আহোঁতে পথত ধূলি উৰে
उदाहरणे : তেওঁ গধূলিতে ঘৰৰ পৰা ওলাল
समानार्थी : গধূলা, গধূলি, গধূলি-বেলিকা, গধূলিবেলা, দিনান্ত, মগৰীব, সন্ধ্যা, সন্ধ্যাবেলা, সাঁজ, সায়াহ্ন
अर्थ : দিনৰ শেষ হোৱা আৰু ৰাতিৰ আৰম্ভ হোৱা সময়ছোৱা
उदाहरणे : সন্ধিয়া হোৱাৰ লগে-লগে তেওঁ ঘৰৰ ্ পৰা ওলাল
समानार्थी : গধূলি, সন্ধ্যা
स्थापित करा