अर्थ : যʼত সন্দেহ আছে
उदाहरणे :
এই হত্যাৰ সন্দেহজনক ব্যক্তি হʼল হৰিনাৰায়ণ
समानार्थी : সন্দিগ্ধ, সন্দিহান, সন্দেহপূর্ণ, সন্দেহপ্রবণ, সন্দেহাকুল
अर्थ : যʼত সন্দেহ হয় বা যাৰ দ্বাৰা সন্দেহৰ উৎপন্ন হয়
उदाहरणे :
আপুনি সন্দেহজনক কথা কিয় কয় ?
समानार्थी : অঠিক, অনিশ্চিত, অবিশ্বাস্য, দ্বিধাগ্রস্ত, সংশয়জনক, সন্দেহপূর্ণ
अर्थ : যʼত সন্দেহ আছে
उदाहरणे :
সন্দেহযুক্ত কামৰ পৰা আঁতৰি থকা উচিত
समानार्थी : সন্দিগ্ধ, সন্দেহযুক্ত