पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সন্তুষ্ট शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সন্তুষ্ট   বিশেষণ

अर्थ : যিয়ে প্রসন্নতা লাভ কৰিছে

उदाहरणे : মনোজে পদোন্নতিৰ খবৰ শুনাবৰ কাৰণে প্রফুল্ল মনেৰে ঘৰ পালেগৈ

समानार्थी : আনন্দ বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, আহ্লাদিত, উত্রাৱল, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, উৰুলিকৃত, প্রফুল্ল, প্রফুল্লিত, হৃষ্ট

अर्थ : যিজনৰ মন আনন্দেৰে ভৰি পৰিছে:আনন্দিত হৈ থকা ব্যক্তিয়ে যিকোনো কাম ভাল ধৰণে কৰিব পাৰে

उदाहरणे :

समानार्थी : আনন্দ-বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, আহ্লাদিত, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, প্রফুল্ল, প্রফুল্লিত, প্রসন্ন, হৃষ্ট

अर्थ : যাৰ ইচ্ছা বা বাসনা পূৰ হৈছে

उदाहरणे : মই আপোনাৰ দর্শন ্ লাভ কৰি তৃপ্ত হʼলো

समानार्थी : তুষ্ট, তৃপ্ত, প্রসন্ন, পৰিতুষ্ট, পৰিতৃপ্ত

चौपाल