सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া
उदाहरणे : হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়
समानार्थी : লগোৱা, লেপন লগোৱা
अर्थ : কোনো এবিধ বস্তুৰ গাত আন বস্তু বিয়পাই দিয়া
उदाहरणे : কিছুমান মানুহে ৰুটিত ঘিউ সানি লয়
समानार्थी : ঘঁ্হা, লগোৱা
अर्थ : কোনো বস্তু দ্রৱ পদার্থত ্ ভালকৈ মিহলাবলৈ লৰোৱা-বগোৱা কৰা
उदाहरणे : তেওঁ পকৰী বনাবলৈ বেচনখিনি মথিছে
समानार्थी : ফেটা, মথা, মাৰা
स्थापित करा