सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ভাল চৰিত্রৰ বা যাৰ চাল-চলন ভাল
उदाहरणे : চৰিত্রবান লোকহে সমাজৰ প্রকৃত কর্ণ্্ধাৰ স্বৰূপ হʼব পাৰে
समानार्थी : চৰিত্রবান, শিষ্টাচাৰী, সচ্চৰিত্র, সুশীল
अर्थ : মনত কোনো বেয়া ভাব বা কপটতা নৰখা
उदाहरणे : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে
समानार्थी : অকপটীয়া, ঋজু, গুণী, যোগ্য, সজ, সত্যাচাৰী, সাধু, ৰিজু
स्थापित करा