अर्थ : কোনো বস্তু, অধিকাৰ আদিৰ ভাল ধৰণে কৰা ব্যৱহাৰ
उदाहरणे :
আমি সময়ৰ সদব্যৱহাৰ কৰিব লাগে
अर्थ : যি ব্যৱহাৰত ভাল ভাব থাকে
उदाहरणे :
আমি সকলোৰে লগত সদব্যৱহাৰ কৰিব লাগে সদ্ ব্যৱহাৰে মানুহৰ মৰম বঢ়ায়
समानार्थी : ভাল ব্যৱহাৰ, সদাচাৰ, সদাচৰণ, সদ্ব্যৱহাৰ, সাধুতা, সুব্যৱহাৰ, সৎব্যৱহাৰ সদ্ ব্যৱহাৰ