पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সদন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সদন   বিশেষ্য

अर्थ : সভাত উপস্থিত বহুতো লোক, দর্শকৰ সমূহ

उदाहरणे : সদন নৃত্যপটীয়সীৰ নৃত্য উপভোগ কৰাত মগ্ন হৈ আছিল

अर्थ : কোনো বিষয় আদিৰওপৰত বিচাৰ-বিবেচনা কৰা বা নিয়ম, বিধান আদি তৈয়াৰ কৰাৰ কাৰণে হোৱা সভা বা তাত উপস্থিত হোৱা লোকৰ সমূহ

उदाहरणे : সদনে আজি এই বিধেয়কখন গৃহীত কৰাৰ সম্ভাৱনা আছে

अर्थ : যি ঠাইত কোনো বিষয়ৰ বিচাৰ কৰা অথবা নিয়ম, বিধান আদি তৈয়াৰ কৰাৰ বাবে সভা বা অধিৱেশন অনুষ্ঠিত কৰা হয়

उदाहरणे : মন্ত্রী মহোদয়ে সদনত এইমাত্র প্রৱেশ কৰিছে

अर्थ : যি ভৱনত বহুতো লোক দর্শক-্শ্রোতাৰ ৰূপত উপস্থিত হʼব পাৰে

उदाहरणे : নাট্য সদন দর্শকেৰে ভৰি আছিল

चौपाल