अर्थ : সন্দেহ নথকাকৈ:মই নিঃসন্দেহে এই কামটো কৰিব পাৰোঁ
उदाहरणे :
समानार्थी : অৱশ্যে, ঠিককৈ, ঠিৰাংকৈ, থিৰাংকৈ, নিঃসন্দেহে, নিচয়কৈ, নিচয়ে, নিশ্চিতভাৱে, নিশ্চয়কৈ, নিশ্চয়ৰূপে, নিসন্দেহৰূপে, বিনাদ্বিধাই
अर्थ : ভুল নকৰাকৈ
उदाहरणे :
ইমান ভিৰতো মই আপোনাক সঠিককৈ চিনি পালো