सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
उदाहरणे : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
समानार्थी : আস্থা, প্রতীতি, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত
अर्थ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
उदाहरणे : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
अर्थ : যি জন্ম হয়
उदाहरणे : জন্মাজনৰ মৃত্যু নিশ্চিত
समानार्थी : উপজাত, উৎপন্ন, জনিত, জন্মা, জাত, প্রজাত, প্রসূত, সংবৃত্ত, সম্ভূত
स्थापित करा