पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সজোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সজোৱা   ক্ৰিয়া

अर्थ : নতুন বস্তু বা কথা সংযোগ কৰি সুন্দৰ কৰি ৰখা কার্য

उदाहरणे : নতুন বোৱাৰীজনীয়ে ঘৰখন ধুনীয়াকৈ সজাই থৈছে

समानार्थी : অলংকৃত কৰা, অলঙ্কৃত কৰা, সজ্জিত কৰা

अर्थ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা

उदाहरणे : দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে

समानार्थी : ব্যৱস্থিত কৰা, লগোৱা

अर्थ : আহাৰ সন্মুখত ৰখা

उदाहरणे : তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে

समानार्थी : পৰিৱেশন কৰা

अर्थ : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

उदाहरणे : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

समानार्थी : কৰা, বনোৱা

चौपाल